গুৱাহাটী উচ্চ ন্যায়ালয়ত নিযুক্তি ২০২০

গুৱাহাটী উচ্চ ন্যায়ালয়ত নিযুক্তি ২০২০

গুৱাহাটী উচ্চ ন্যায়ালয়ত নিযুক্তি ২০২০

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম ন্যায়িক সেৱা গ্ৰেড-III ( Assam Judicial Service) ৰ খালি পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: অসম ন্যায়িক সেৱা গ্ৰেড-III

পদৰ সংখ্যা: ২৭[ UR: ১৬, ST(p): ৩ ST(h):8 ]

দৰমহা: ২৭,৭০০-৭৭০/৩৩,০৯০-৯২০-৪০, ৪৫০-১০৮০-৪৪,৭৭০/- টকা

শিক্ষাগত অৰ্হতা: আইন বিষয়ত ডিগ্রীধাৰী।

বয়স: ৪৩বছৰ , ৩৮ বছৰ এচ.চি/এচ.টি প্ৰাৰ্থীৰ বাবে।

বাচনি প্ৰক্ৰিয়া: প্ৰাথমিক পৰীক্ষা ( স্ক্ৰিনিং টেষ্ট), মূল পৰীক্ষা (লিখিত) আৰু সাক্ষাৎকাৰ

আবেদনৰ মাচুল:

ST/SC:২৫০/- টকা

Others: ৫০০/- টকা

PwD : NIL

আবেদনকাৰী সকলে www.ghconline.giv.in ৱেবচাইটত অনলাইন যোগে আবেদন কৰিব লাগিব।

অনলাইন আবেদনৰ শেষ তাৰিখ : ২৬/০২/২০২০ ( ৫:০০)

মাচুল জমা কৰাৰ তাৰিখ: ২৯/০২/২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com