গুৱাহাটী হাই কোৰ্ট ত নিযুক্তি ২০২০

গুৱাহাটী হাই কোৰ্ট ত নিযুক্তি ২০২০

গুৱাহাটী হাই কোৰ্ট ত নিযুক্তি ২০২০

গুৱাহাটী হাই কোর্টে গ্ৰেড-Ill ৰ বহু কেইটা খালী পদপূৰণৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা অনলাইন যোগে আবেদন বিচাৰিছে।

পদৰ নাম : অসম ন্যায়িক সেৱা

পদৰ সংখ্যা:২৭

দৰমহা: ২৭,৭০০- ৪৪,৭৭০/- প্ৰতি মাহ

বয়স সীমা ৩৮- ৪৩ বছৰ

কৰ্ম স্থান : গুৱাহাটী

আবেদনৰ মাচুল : এচ.চি/ এচ. টি -২৫০/-, পি ডাব্লিউ ডি -Nil অন্য- ৫০০/-

আবেদনৰ তাৰিখ - ১২/০২/২০২০, ১২:০০ ৰ ২৬/০২/২০২০ লৈকে অনলাইন যোগে আবেদনসমূহ জমা কৰিব পাৰিব।

২৯/০২/২০২০ তাৰিখলৈকে আবেদনৰ মাচুলসমূহ জমা দিব লাগিব।

আবেদনকাৰী সকলে www.ghconline.gov.in ৱেবচাইটত গৈ“Click here to apply” কৰি উল্লেখিত তেওঁ/তাইৰ ৰেজিস্ট্ৰেচন কৰি তেওঁ/তাইৰ প্ৰফাইলত লিংগ, ঠিকনা, অৰ্হতা, অভিজ্ঞতা, বিভাগ আদি উল্লেখ কৰি ছেভ ডাটা ত ক্লিক কৰিব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com