গুৱাহাটী বিশ্ববিদ্যালয় নিযুক্তি ২০২০
গুৱাহাটী বিশ্ববিদ্যালয় কতৃপক্ষই অধ্যাপক/ সহকাৰী অধ্যাপক/ সহযোগীৰ বিভিন্নটা বিভাগৰ ৩৩ টা পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।
পদৰ নাম- অধ্যাপক
পদৰ সংখ্যা - ৮
দৰমহা - ১,৪৪,২০০ ৰ পৰা ২,১৩,২০০
অৰ্হতা - ইউ জি চিৰ নিয়ম অনুসৰি।
পদৰ নাম - সহযোগী অধ্যাপক
পদৰ সংখ্যা- ১৫
দৰমহা - ১,৩১,৪০০ ৰ পৰা ২,১৭,১০০ প্ৰতি মাহে
অৰ্হতা - ইউ জি চিৰ নিয়ম অনুসৰি।
পদৰ নাম -সহকাৰী অধ্যাপক
পদৰ সংখ্যা - ১০
দৰমহা - ৫৭,৭০০ ৰ পৰা ১,৮২,৪০০
অৰ্হতা - ইউ জি চিৰ নিয়ম অনুসৰি।
আবেদনৰ মাছুল - প্ৰাৰ্থী সকলে ১০০০ টকাৰ সহায়ত আবেদন কৰিব লাগিব। এছ চি, এছ টিৰ বাবে ইয়াৰ মূল্য ৫০০ টকা । এয়া মাছুল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এছ বি আই শাখাত জমা দিব লাগিব।
কেনেদৰে আৱেদন জনাব : প্ৰাৰ্থী সকলে আবেদন খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটত ৰ পৰা ডাউনলোড কৰিব লাগিব। আৱশ্যকীয় নথি পত্ৰৰ সৈতে পঠিয়াব লাগিব।
অন্তিম তাৰিখ- ২০/০৩/২০২০
অধিক জানিবৰ বাবে: Click Here
অন্য খবৰৰ বাবে পঢ়ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক পদৰ বাবে নিযুক্তি