Begin typing your search above and press return to search.

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক পদৰ বাবে নিযুক্তি 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক পদৰ বাবে নিযুক্তি 

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 March 2020 8:09 AM GMT

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক পদৰ বাবে নিযুক্তি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগ আৰু ৰিচাৰ্চ মেঠড’লজিত গেষ্ট ফেকাল্টি পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: অতিথি অধ্যাপক (পৰিৱেশ বিজ্ঞান)

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: স্নাতকোত্তৰ

বয়স: কোনো বয়স সীমা নাই

পদৰ নাম:অতিথি অধ্যাপক ( ৰিচাৰ্চ মেঠড’লজি)

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: স্নাতকোত্তৰ

বয়স: কোনো বয়স সীমা নাই

বাচনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰৰ জৰিয়তে বাচনি কৰি উলিওৱা হব।

আবেদনৰ শেষ তাৰিখ: ২২/০৩/২০২০

অধিক জানিবৰ বাবে: Click Here

অন্য খবৰৰ বাবে পঢ়ক: ধিং মহাবিদ্যালয় নগাঁওত নিযুক্তি ২০২০

Next Story
চাকৰি