গুৱাহাটী বিশ্ববিদ্যালয়  নিযুক্তি ২০২০

গুৱাহাটী বিশ্ববিদ্যালয়  নিযুক্তি ২০২০

গুৱাহাটী বিশ্ববিদ্যালয় নিযুক্তি ২০২০

গুৱাহাটী বিশ্ববিদ্যালয় কতৃপক্ষই অধ্যাপক/ সহকাৰী অধ্যাপক/ সহযোগী অধ্যাপকৰ বিভিন্নটা বিভাগৰ ৩৩ টা পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম- অধ্যাপক

পদৰ সংখ্যা – ৮

দৰমহা – ১,৪৪,২০০ ৰ পৰা ২,১৩,২০০

অৰ্হতা – ইউ জি চিৰ নিয়ম অনুসৰি।

পদৰ নাম – সহযোগী অধ্যাপক

পদৰ সংখ্যা- ১৫

দৰমহা – ১,৩১,৪০০ ৰ পৰা ২,১৭,১০০ প্ৰতি মাহে

অৰ্হতা – ইউ জি চিৰ নিয়ম অনুসৰি।

পদৰ নাম -সহকাৰী অধ্যাপক

পদৰ সংখ্যা – ১০

দৰমহা – ৫৭,৭০০ ৰ পৰা ১,৮২,৪০০

অৰ্হতা – ইউ জি চিৰ নিয়ম অনুসৰি।

আবেদনৰ মাছুল – প্ৰাৰ্থী সকলে ১০০০ টকাৰ সহায়ত আবেদন কৰিব লাগিব। এছ চি, এছ টিৰ বাবে ইয়াৰ মূল্য ৫০০ টকা । এয়া মাছুল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এছ বি আই শাখাত জমা দিব লাগিব।

কেনেদৰে আৱেদন জনাব : প্ৰাৰ্থী সকলে আবেদন খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটত ৰ পৰা ডাউনলোড কৰিব লাগিব। আৱশ্যকীয় নথি পত্ৰৰ সৈতে পঠিয়াব লাগিব।

অন্তিম তাৰিখ- ২০/০৩/২০২০

অধিক জানিবৰ বাবে: Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com