গুৱাহাটী পৌৰ নিগমত নিযুক্তি ২০২০

গুৱাহাটী পৌৰ নিগমত নিযুক্তি ২০২০

গুৱাহাটী পৌৰ নিগমত নিযুক্তি ২০২০

গুৱাহাটী পৌৰ নিগম, দীনদয়াল আন্তয়োদ্যা য়োজনা- ন্যেচনেল আৰ্বান লাইভলিহুডচ মিছন (DAY-NULM), ৰ অধীনত ত ১১ মাহৰ ঠিকাভিত্তিক একাউণ্টচ মেনেজাৰ পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : একাউণ্টচ মেনেজাৰ

পদৰ সংখ্যা: ০১

অৰ্হতা: বাণিজ্য শাখা ত স্নাতক

বয়স সীমা: ২৩ ৰ পৰা ৩৫ বছৰ (০১/০১/২০২০)

দৰমহা: ২০,০০০/- প্ৰতি মাহ

ঠিকনা: The Addl. Commissioner/ CPO, DAY-NULM, CMMU, Guwahati Municipal Corporation, 1st Floor, SS Road, Lakhtokia, Guwahati 781001

কেনেদৰে আবেদন কৰিব: ২খন স্ব-স্বাক্ষৰিত পাছপোর্ট ফটোফটো সৈতে চি ভি লগতে ডকুমেন্টচ সমূহ উল্লেখিত ঠিকনাত পঠিয়াব লাগিব।

আবেদন জমাৰ শেষ তাৰিখ: ১০/০২/২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com