আজি ২৩ জুনঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২৩ জুনঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য৷

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৭৫৭ চনৰ আজিৰ দিনটোতে পলাশী যুদ্ধত বিট্টিশ সেনা আৰু চিৰাজ উদ দৌল্লাৰ মাজত যুদ্ধ আৰম্ভ হয়।

১৯৬০ চনৰ আজিৰ দিনটোতে জাপান আৰু আমেৰিকাৰ মাজত সুৰক্ষা সন্দৰ্ভত বুজা বুজি হয়।

১৯৬৯ চনৰ আজিৰ দিনটোতে ৱাইন ই বাৰ্গৰ চুপ্ৰীম কৰ্টৰ মুখ্য ন্যায়াধীশ হয় ৷

১৯৯১ চনৰ আজিৰ দিনটোতে আফ্ৰিকাৰ দেশ মালদোৱাৰ স্বাধীনতা ঘোষণা কৰে ৷

১৯৯৬ চনৰ আজিৰ দিনটোতে শ্বেইখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ শপত লয়।

২০০৩ চনৰ আজিৰ দিনটোতে উইলম্বন টেনিছ প্ৰতিযোগিতা আৰম্ভ হয় ৷

২০০৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বংগালৰ অভিনেত্ৰী সোমিত্ৰ চেটাৰ্জীক দাদা চাহেব ফাল্কে পুৰস্কাৰ বটাঁ দিয়াৰ কাৰণে চয়ন সমিতিয়ে আহ্বান কৰে।

২০১৭ চনৰ আজিৰ দিনটোতে মোহম্মদ বিন নায়কৰ পিছত মোহম্মদ বিন ছলমান চাউদী আৰবৰ নতুন উত্তৰাধিকাৰী নিযুক্ত হয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৯০৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ অৰ্থনীতিবিদ জেম্ছ মিডেৰ জন্ম হৈছিল।

১৯১২ চনৰ আজিৰ দিনটোতে ইংৰাজ বৈজ্ঞানিক আৰু কম্পিউটাৰ বৈজ্ঞানিক এলেন টুয়ুৰিঙৰ জন্ম হয় ।

১৯২৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ গায়িকা জুন কাৰ্টৰ জন্ম হৈছিল ৷

১৯৩৪ চনৰ আজিৰ দিনটোতে গান্ধীবাদী বিছাৰক আৰু সামাজিক কৰ্মকৰ্তা চণ্ডী প্ৰসাদ ভট্টৰ জন্ম হৈছিল ৷

১৯৩৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ফুটবলৰ খেলুৱৈ প্ৰদীপ কুমাৰ বেনাৰ্জীৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৭৬১ চনৰ আজিৰ দিনটোতে মহান মাৰাঠা পেছৱা বালাজী বাজীৰাওৰ মৃত্যু হয় ।

১৮৩৪ চনৰ আজিৰ দিনটোতে ব্ৰিট্টইনৰ দাৰ্শনিক আৰু সাহিত্যকাৰ চেমুৱেল টাইলৰ কেলৰিজৰ মৃত্যু হয় ।

১৯১৪ চনৰ আজিৰ দিনটোতে ৰাজনেতা তথা সমাজ সুধাৰক গংগাপ্ৰসাদ বৰ্মাৰ মৃত্যু হয় ৷

১৯৫৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামপ্ৰসাদ মুৰ্খাৰ্জীৰ মৃত্যু হয় ৷

১৯৭১ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী শ্ৰী প্ৰকাশৰ মৃত্যু হয়।

১৯৮০ চনৰ আজিৰ দিনটোতে ভাৰতীয় নেতা তথা ইন্দিৰা গান্ধীৰ সৰু পুত্ৰ সঞ্জয় গান্ধীৰ মৃত্যু হয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com