১৫ মেত ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল

১৫ মেত ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা  পৰীক্ষাৰ ফলাফল
Published on

১৫ মেত ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল । এছ এম এছ আৰু ছেৱাৰ বিভাগীয় ৱেবচাইটত পৰীক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব ফলাফল সমুহ। বিদ্যালয় সমুহৰ পৰাও সংগ্ৰহ কৰিব পাৰিব ফলাফল সমূহ।

পুৱা ৯ বজাত ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা ৰ ফলাফল সমুহ। এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৩,৫৪,১৪৩ গৰাকী পৰীক্ষাৰ্থী। আজি ছেবায়ে ঘোষণা কৰে এই কথা ।

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com