ইণ্ডিয়ান ইনস্টিটিউট অৱ মেনেজমেন্ট,নিযুক্তি ২০২০

ইণ্ডিয়ান ইনস্টিটিউট অৱ মেনেজমেন্ট,নিযুক্তি ২০২০

ইণ্ডিয়ান ইনস্টিটিউট অৱ মেনেজমেন্ট,নিযুক্তি ২০২০

ইণ্ডিয়ান ইনস্টিটিউট অৱ মেনেজমেন্ট, শ্বিলংত খালি পদৰ বাবে এম.ফিল/ পিএইচডি ডিগ্রীৰ ইচ্ছুক প্ৰাৰ্থী সকলৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : এচিচটেন্ট প্ৰফেচাৰ

অৰ্হতা: পিএইচ.ডি ডিগ্ৰী

পদৰ সংখ্যা: ০৯

দৰমহা: ১,০১,৫০০/-টকা প্ৰতি মাহ

অভিজ্ঞতা: ৩/৫ বছৰ

কৰ্ম স্থান: শ্বিলং

পদৰ নাম: এচচিয়েট প্ৰফেচাৰ

অৰ্হতা: এম.ফিল/ পি এইচ ডি

পদৰ সংখ্যা: ০৭

দৰমহা: ১,৩৯,৬০০/- টকা প্ৰতিমাহ

অভিজ্ঞতা:৬/৯ বছৰ

কৰ্ম স্থান: শ্বিলং

পদৰ নাম : প্ৰফেচাৰ

অৰ্হতা: এম.ফিল/পি এইচ ডি

পদৰ সংখ্যা: ০৩

দৰমহা: ১,৫৮,১০০/- টকা প্ৰতি মাহ

অভিজ্ঞতা:১০/১৫ বছৰ

কৰ্ম স্থান:শ্বিলং

আবেদনৰ শেষ তাৰিখ: ২৯/০২/২০২০

বাচনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/ সাক্ষাৎকাৰ

ঠিকনা: Mayurbhanj Complex, Nongthymmai, Shillong – 793014, Meghalaya

কেনেদৰে আবেদন কৰিব: আবেদনকাৰী সকলে Director, IIM Shillong, Mayurbhanj Complex, Nongthymmai, Shillong – 793014, Meghalaya ঠিকনাত পঠিয়াব লাগিব। আবেদনৰ শেষ তাৰিখ ২৯/০২/২০২০।

আবেদনকাৰীসকলে www.iimshillong.ac.in.অথবা ৱেবচাইটত ত vacancy@iimshillong.ac.in ত আবেদনসমূহ পঠিয়াব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com