Begin typing your search above and press return to search.

আই আই টি গুৱাহাটীত জুনিয়ৰ ৰিৰ্চাচ ফেল'অ পদ ৰ নিযুক্তি ২০২০

আই আই টি গুৱাহাটীত জুনিয়ৰ ৰিৰ্চাচ ফেলঅ পদ ৰ নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Feb 2020 11:43 AM GMT

আই আই টি গুৱাহাটীত জুনিয়ৰ ৰিৰ্চাচ ফেল'অ পদ ৰ নিযুক্তি ২০২০

আই আই টি গুৱাহাটীত জুনিয়ৰ ৰিৰ্চাচ ফেল'অ পদৰ ৱা্ক-ইন-ইনটাৰভিউ বাবে ইচ্ছুক প্ৰাৰ্থী ৰ পৰা বাবে আবেদন বিচৰা হৈছে। আই আই টি গুৱাহাটীৰ বাইঅ'চাইন্স আৰু বাইঅ'ইন্জিনিয়াৰিং বিভাগৰ ৰিৰ্চাচ বিষয় “Investigating the role of peroxisomes in Parkinson?s disease” বিষয়ত জুনিয়ৰ ৰিৰ্চাচ ফেল'অৰ প্ৰয়োজন।

পদৰ নাম : জুনিয়ৰ ৰিৰ্চাচ ফেল'অ

পদৰ সংখ্যা: ০১

দৰমহা: ৩৭,210/- প্ৰতি মাহ।

শিক্ষাগত অৰ্হতা: বিজ্ঞান বিযষয়ত স্নাতকোত্তৰ লগতে ব্যৱসায়িক পাঠ্যক্ৰমত স্নাতক/ স্নাতকোত্তৰ হব লাগিব

নেট (NET) National Eligibility Test – CSIR-UGC NET including lectureship (Assistant Professorship) আৰু গেট (GATE) উত্তীর্ণ হব লাগিব। (ii) কেন্দ্রীয় চৰকাৰ বিভাগ আৰু এজেন্সি সংস্থাসমূহ DST, DBT, DAE, DOs, DRDO, MHRD, ICAR, ICMR, IISc, IISCR আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাৰ দ্ধাৰা নিৰ্বাচিত হব।

ঠিকনা- গুৱাহাটী

ৱা্ক-ইন-ইনটাৰভিউ তাৰিখ- ০৩/০২/২০২০

ঠিকনা: Guwahati, Conference Room, Department of Biosciences and Bioengineering, Indian Institute of Technology Guwahati-781039, Assam.

আবেদনকাৰীসকলে ৱা্ক-ইন-ইনটাৰভিউত চি ভিত সম্পূর্ণ নাম,নিজৰ ঠিকনা, শিক্ষাগত অৰ্হতা, অভিজ্ঞতা, ফোন নং,ই-মেইল ফটো আৰু প্ৰয়োজনীয় নথিপত্ৰ ইনটাৰভিউ ৰ দিনা আগতিয়াকৈ জমা দিব লাগিব।

অন্য ষ্পষ্টীকৰণৰ বাবে : Shirisha Nagotu (Principal Investigator)

ই-মেইল: snagotu@iitg.ac.in

ফোন নং: 03612503209

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : টেলিকমিউনিকেচন বিভাগত নিযুক্তি ২০২০

Next Story
চাকৰি