জুনিয়ৰ একাউনটেণ্ট পদৰ বাবে ভাৰতীয় ডাকত নিযুক্তি ২০২০
ডাইৰেক্টৰ অৱ একাউন্টচ ( ভাৰতীয় ডাক) ,অসম,চাৰ্কল,গুৱাহাটীয়ে গ্ৰুপ চি (group C)ৰ বিভিন্ন পদত ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম : জুনিয়ৰ একাউন্টেট
দৰমহা: ৫২০০/- টকা ৰ পৰা ২০,০০০/- টকা গ্ৰেড পে ২৮০০/- টকা
পদৰ সংখ্যা: ১০টা
আবেদনৰ শেষ তাৰিখ: ০৬/০৩/২০২০
** ইচ্ছুক প্ৰাৰ্থীসকলে ০৬/০৩/২০২০ তাৰিখৰ ভিতৰত আবেদনসমূহ জমা কৰিব লাগিব। আবেদনকাৰী সকলে অধিক তথ্যৰ বাবে www.indiapost.gov.in ৱেবচাইটত চাব পাৰিব।
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : নেচনেল ইনভেস্টিগেচন এজেন্সি (NIA) ত নিযুক্তি ২০২০