ইণ্ডিয়া ৱাটাৰৱেচ অথৰিটি অফ ইণ্ডিয়াৰ নিযুক্তি ২০২০

ইণ্ডিয়া ৱাটাৰৱেচ অথৰিটি অফ ইণ্ডিয়াৰ নিযুক্তি ২০২০

ইণ্ডিয়া ৱাটাৰৱেচ অথৰিটি অফ ইণ্ডিয়াৰ নিযুক্তি ২০২০

পদৰ নাম- বিশেষজ্ঞ (স্পেচিয়েলিষ্ট )

পদৰ সংখ্যা- ৬

দৰমহা - ৮৫,০০০ প্ৰতিমাহে

চাকৰি স্থান - গুৱাহাটী, পাটনা , বাৰনাসী , কোলকাতা, নয়দা,

অন্তিম তাৰিখ: ১০/০২/২০২০

ঠিকনা - ডাইৰেক্টৰ , আই ডব্লিউ এ আই , এ-১৩ , চেক্টৰ ১ , নয়দা -২০১৩০১

বাচনি প্ৰক্ৰিয়া: লিখিত ।

১০/০২/২০২০ তাৰিখে আৱেদন জমা লোৱা বন্ধ হ'ব । আৱেদন কাৰীয়ে ডাইৰেক্টৰ , আই ডব্লিউ এ আই , এ-১৩ , চেক্টৰ ১ , নয়দা -২০১৩০১ ঠিকনাত পোষ্ট যোগে বা স্পীড পোষ্ট যোগে আৱেদন কৰিব পাৰিব ।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : এপেক্স‌ বেংকত নিযুক্তি ২০২০

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com