যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ত নিযুক্তি ২০২০
যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ত নিযুক্তি ২০২০
যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ত সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা মহাবিদ্যালয় কৰ্তৃপক্ষই আবেদন বিচাৰিছে।
পদৰ নাম: সহকাৰী অধ্যাপক (বুৰঞ্জী, একাউনন্টেচী)
পদৰ সংখ্যা: ০২
শিক্ষাগত অৰ্হতা: UGC ৰ অধীনত NET/SLET/SET লগতে Ph.D ডিগ্ৰীধাৰী হব লাগিব।
বয়স: ৩৮ বছৰ (০১/০১/২০২০ তাৰিখৰ ভিতৰত, ৫ বছৰ এচ টি /এচ চি/পি ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বছৰ অবিচি / এম অ বি চি প্ৰাৰ্থীৰ বাবে ৰেহাই)
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহ সৈতে ২০০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal J.D.S.G. College, Bokakhat payable at United Bank of India (UBI), Bokakhat Branch. ঠিকনাত বিজ্ঞাপন প্ৰকাশৰ ১৫ (০৩/০৩/২০২০) দিনৰ ভিতৰত পঠিয়াব লাগিব।
আবেদনৰ শেষ তাৰিখ: ১৮/০৩/২০২০
সৱিশেষ জানিবলৈ: Click here
অন্য খবৰৰ বাবে পঢ়ক: ৰূপহী মহাবিদ্যালয় নগাঁওত নিযুক্তি ২০২০