জাঁজী এইচ এন এছ মহাবিদ্যালয় শিৱসাগৰত নিযুক্তি ২০২০

জাঁজী এইচ এন এছ মহাবিদ্যালয় শিৱসাগৰত নিযুক্তি ২০২০
Published on

জাঁজী এইচ এন এছ মহাবিদ্যালয় শিৱসাগৰত নিযুক্তি ২০২০

জাঁজী এইচ এন এছ মহাবিদ্যালয় শিৱসাগৰত সহকাৰী অধ্যাপক পদত নিয়োগ কৰিবলৈ উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক( একাউন্টেন্সি মেনেজমেন্ট, অৰ্থনীতি, শিক্ষাতত্ত্ব, সংস্কৃত)

পদৰ সংখ্যা: ০৫

শিক্ষাগত অৰ্হতা: ৫৫% নম্বৰসহ স্নাতকোত্তৰ উৰ্ত্তীণ, UGC ৰ অধীনত NET/SLET/SET উৰ্ত্তীণ হব লাগিব।

বয়স: ৩৮ বছৰ (০১/০১/২০২০ তাৰিখৰ ভিতৰত, ৫ বছৰ এচ টি /এচ চি/পি ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বছৰ অবিচি / এম অ বি চি প্ৰাৰ্থীৰ বাবে ৰেহাই)

কেনেদৰে আবেদন কৰিব:প্ৰাৰ্থীসকলে আবেদনসমূহৰ সৈতে ২৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal & Secretary, Jhanji HNS College payable at UBI, Jhansi Branch should reach the Principal & Secretary, Jhanji HNS College ঠিকনাত বিজ্ঞাপন প্ৰকাশৰ ১৫ (২৯/০২/২০২০) দিনৰ ভিতৰত পঠিয়াব লাগিব। প্ৰাৰ্থীৰ স্হানীয় ভাষাৰ জ্ঞান থকাৰ উপৰি স্থায়ী বাসিন্দাৰ প্ৰমানপত্ৰ থকাটো অপৰিহাৰ্য।

আবেদনৰ শেষ তাৰিখ: ১৬/০৩/২০২০

সৱিশেষ জানিবলৈ: click here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com