শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় নামটি, শিৱসাগৰত নিযুক্তি ২০২০
শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় নামটি, শিৱসাগৰত সহকাৰী অধ্যাপকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।
পদৰ নাম: সহকাৰী অধ্যাপক (শিক্ষাতত্ব, গণিত, ভূগোল, অৰ্থনিতী, বুৰঞ্জী)
পদৰ সংখ্যা: ০৬
বয়স: ৩৮ বছৰ ০১/০১/২০২০ লৈকে। ( ৫ বছৰ এচ টি /এচ চি/পি ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বছৰ অবিচি / এম অ বি চি প্ৰাৰ্থীৰ বাবে ৰেহাই)
শিক্ষাগত অৰ্হতা: As per Govt. O.M. No. AHE.407/2017/44 dated 08-11-2018.
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহ . সৈতে ২৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal, SPP College, Namti payable at SBI, Chapangani Branch (IFSC SBINO007429)ত বিজ্ঞাপন প্ৰকাশৰ ১৫ (০৩/০৩/২০২০) দিনৰ ভিতৰত পঠিয়াব লাগিব।
আবেদনৰ শেষ তাৰিখ: ১৮/০৩/২০২০
সৱিশেষ জানিবলৈ: click here
অন্য খবৰৰ বাবে পঢ়ক:উপায়ুক্তৰ কাৰ্য্যালয় ডিব্ৰুগড়ত নিযুক্তি ২০২০