মধ্য কামৰূপ কলেজত নিযুক্তি ২০২০ : -

মধ্য কামৰূপ কলেজত নিযুক্তি ২০২০ : -

মধ্য কামৰূপ কলেজত নিযুক্তি ২০২০ : -

DHE নিদ্ধাৰিত ফৰমেতৰ আধাৰত আবেদনকাৰীয়ে সম্পূণ বায়-ডাতাৰ সৈতে HSLC ৰ পৰা সকলো যোগ্য প্ৰশংসাপত্ৰ ,অভিজ্ঞতা, গবেষনা,দক্ষতা চৰকাৰ /UGC দ্ধাৰা প্ৰাপ্ত নথি-পত্ৰ ৰ সৈতে অধ্যক্ষ পদটোৰ বাবে আবেদন কৰিব পাৰিব ।মধ্য কামৰূপ কলেজ , শোভা , প'ষ্ট অফিচ - চেংগা , জিলা - বৰপেটা ।

তলত গুৰুত্বপূৰ্ণ তথ্য সমুহ উল্লেখ কৰা হ'ল -

পদৰ নাম : অধক্ষ ।

খালী পদ - ১টা

নিযুক্তিৰ স্থান - বৰপেটা

অন্তিম তাৰিখ - ১০/১/২০২০

বয়স - চৰকাৰী আবেদনৰ ভিত্তিত বয়স ৫৫ বছৰ হ'ব লাগিব ।

ন'টিফিকেচন নম্বৰ AHC ,45|20|9|2 dlt 25.02 .2019 . অধক্ষজনক পাচঁ বছৰ বাবে নিযুক্তি দিয়া হ'ব । ।

আবেদনৰ মাছুল : - ড্ৰাফ যোগে ৩০০০ টকা অধক্ষ i/c & সম্পাদক , এম .কে কলেজ ,শোভা , প'ষ্ট অফিচ -চেংগা , জিলা - বৰপেটা, পিন - 7g1305 ;ষ্টেত বেংক অফ ইণ্ডিয়া , বৰপেতা শাখা

ঠিকনা - মধ্য কামৰূপ কলেজ , শোভা , পষ্ট অফিচ - চেংগা , জিলা - বৰপেটা

নিৰ্বাচন পক্ৰিয়া - সাক্ষাৎকাৰ ।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com