Begin typing your search above and press return to search.

 মহিলা কেন্দ্ৰিক বিষয়ত লিখাৰ ক্ষেত্ৰত এতিয়াও বলিউড বহু খিনি পিছত আছে; কেট্ৰিনা কাইফ

 মহিলা কেন্দ্ৰিক বিষয়ত লিখাৰ ক্ষেত্ৰত এতিয়াও বলিউড বহু খিনি পিছত আছে; কেট্ৰিনা কাইফ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Dec 2019 11:51 AM GMT

মহিলা কেন্দ্ৰিক বিষয়ত লিখাৰ ক্ষেত্ৰত এতিয়াও বলিউড বহু খিনি পিছত আছে; কেট্ৰিনা কাইফ । বলিউডৰ অভিনেত্ৰী কেট্ৰিনা কাইফক এগৰাকী শক্তিশালী অভিনেত্ৰী বুলি জনা যায়। ১৬ বছৰৰ পৰ্যন্ত চেষ্টা কষ্টৰ ফলত বৰ্তমান সময়ত কেট্ৰিনাক শীৰ্ষ অভিনেত্ৰী সকলৰ ভিতৰত এগৰাকী বুলি জনা যায় । কেট্ৰিনা কাইফে ভাৰতীয় ছবিত মহিলাৰ ভূমিকা আৰু শক্তিশালী মহিলাৰ কাহিনী সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰে । তেওঁ কয় যে ছবি জগতত মহিলা কেন্দ্ৰিক ছবিৰ ক্ষেত্ৰত কিছু কাম কৰিব পাৰে ।

তেওঁ কয় যে মহিলা কেন্দ্ৰিক বিষয়ত ছবি জগতত কাহিনী লিখাৰ ক্ষেত্ৰত বলিউড এতিয়াও যথেষ্ট খিনি পিছত আছে । লগতে কয় যে যেতিয়া আমি আমেৰিকা চিনেমা চাও বা পশ্চিমত মহিলাৰ ক্ষেত্ৰত বিশেষ লেখা পোৱা যাব ।

লগতে কেট্ৰিনা কাইফে কয় যে, যদি বিগ লিটল‌ লাইজ আদি শ্ব' সমূহ চোৱা যায় তেন্তে তাত মহিলাক বিশেষ প্ৰাধান্য দিয়া দেখা যায় ।‌

তেওঁ কয় যে তেওঁ তেনেকুৱা এটা কাহিনীৰ সন্ধানত আছে । তেওঁ এটি এনেকুৱা চৰিত্ৰৰ সন্ধানত আছে য'ত ভাৱনাত্মক জীৱন্ত হয় । ইয়াৰ ক্ষেত্ৰত তেওঁ ভাৰত আৰু জিৰ' ৰ উদাহৰণ দিয়ে ।

অন্য খবৰৰ বাবে পঢ়ক: দীপিকা পাডুকনে ৱাৰ ছবি চাই হৃত্বিক ৰোচনৰ কৰিলে প্ৰশংসা, অনুৰাগীয়ে কৰিলে দাবী

ভিডিঅ প্ৰতক্ষ্য কৰক: Elephant calf found dead under mysterious condition in Digboi

Next Story
চাকৰি