কেন্দ্রীয় বিদ্যালয় হাফলংত নিযুক্তি 2020

কেন্দ্রীয় বিদ্যালয় হাফলংত নিযুক্তি 2020

কেন্দ্রীয় বিদ্যালয় হাফলংত নিযুক্তি 2020

কেন্দ্রীয় বিদ্যালয়,হাফলং, পি জি টি, টি জি টি, পি.আৰ.টি, আৰু অন্য পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

১/পোষ্ট গ্ৰেজুৱেট টিচাৰ্চ (PGT)

বিষয়: ইংৰাজী, হিন্দী, গণিত, জীৱ বিজ্ঞান, ৰাসায়ন বিজ্ঞান,কম্পিউটাৰ বিজ্ঞান

সাক্ষাৎকাৰৰ তাৰিখ: ১৪/০৩/২০২০

২/ ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ্চ (TGT)

বিষয়: , ইংৰাজী, সমাজ বিজ্ঞান, গণিত, সংস্কৃত, হিন্দী,P&HE. Art Education

সাক্ষাৎকাৰৰ তাৰিখ: ১৩/০৩/২০২০

৩/ পি আৰ টি এচ / পি আৰ টি/ পি আৰ টি (মিউজিক)

সাক্ষাৎকাৰৰ তাৰিখ: ১৩/০৩/২০২০

৪/ কম্পিউটাৰ প্ৰশিক্ষক, নাৰ্চ, কাউন্সেলাৰ, যোগ প্ৰশিক্ষক, নৃত্য প্ৰশিক্ষক

সাক্ষাৎকাৰৰ তাৰিখ: ১৩/০৩/২০২০

কেনেদৰে আবেদন কৰিব: ইচ্ছুক প্ৰাৰ্থী সকলে প্ৰয়োজনীয় নথিপত্ৰ সমূহৰ পুৱা ৯:০০বজাত সাক্ষাৎকাৰৰ দিনা উপস্থিত হব লাগিব।

ৱা্ক-ইন-ইন্টাৰভিউ: ১৩/০৩/২০২০ ৰ পৰা ১৪/০৩/২০২০

সবিশেষ জানিবলৈ : Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com