Begin typing your search above and press return to search.

খোৱাং কলেজত নিযুক্তি ২০২০

খোৱাং কলেজত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Feb 2020 1:27 PM GMT

খোৱাং কলেজত নিযুক্তি ২০২০

খোৱাং কলেজত সহকাৰী অধ্যাপকৰ খালি পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক( অসমীয়া, ৰাজনীতি বিজ্ঞান, ইংৰাজী)

পদৰ সংখ্যা: ০৩

দৰমহা: ১৫,৬০০ ৰ পৰা ৩৯,১০০/- টকা প্ৰতি মাহ

শিক্ষাগত অৰ্হতা: ৫৫% নম্বৰসহ স্নাতকোত্তৰ লগতে UGC/CSIRৰ অধীনত NET/SELT/SET উৰ্ত্তীণ হব লাগিব।

বয়স: ৩৮ বছৰ

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে বাইঅ ডাটা আৰু আবেদন সমূহ ২৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে

Principal, Khowang College, Khowang Ghat, Dibrugarh” payable at SBI, Khowang Branch must reach the office of the “Principal & Secretary Khowang College P.O. Khowang Ghat Dist. Dibrugarh, Assam, 785676” ঠিকনাত ২৪/০২/২০২০ তাৰিখৰ আগত পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ২৪/০২/২০২০

সৱিশেষ জানিবলৈ: Click Here

অন্য খবৰৰ বাবে পঢ়ক:কেন্দ্রীয় বিদ্যালয় এন আই টি, শিলচৰত নিযুক্তি ২০২০

Next Story
চাকৰি