Begin typing your search above and press return to search.

অসম চৰকাৰৰ মুখ্য সচিব হিচাপে নিযুক্ত কুমাৰ সঞ্জয় কৃষ্ণ

অসম চৰকাৰৰ মুখ্য সচিব হিচাপে নিযুক্ত কুমাৰ সঞ্জয় কৃষ্ণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Dec 2019 11:00 AM GMT

গুৱাহাটী : কুমাৰ সঞ্জয় কৃষ্ণ আই এ এছ ১৯৮৫ শাখাৰ । যি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কৰ্মৰত আছিল । তেওঁক অসম চৰকাৰৰ নতুন মুখ্য সচিব হিচাপে নিযুক্ত কৰা হৈছে। বৰ্তমান এই পদত কৰ্মৰত তথা অহা ৩১ ডিচেম্বৰত অৱসৰ লব লগীয়া আলোক কুমাৰৰ পৰা দ্বায়িত্বভাৰ হাতত লব কুমাৰ সঞ্জয় কৃষ্ণই।

উল্লেখযোগ্য যে অবিভক্ত কামৰূপ জিলাৰ উপায়ুক্ত হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল কুমাৰ সঞ্জয় কৃষ্ণই। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগটো কাম কৰিছিল কুমাৰ সঞ্জয় কৃষ্ণই।

অন্য খবৰৰ বাবে পঢ়ক :২০২০ ৰ সচিত্ৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ অসমত

ভিডিঅ প্ৰতক্ষ্য কৰক: Anti-CAA protests: Senior Citizens from Naharkatia stage protest along with AASU

Next Story