১৭ মে’লৈকে বৃদ্ধি ল’কডাউনঃ গ্ৰীণ-অৰেঞ্জ জ’নত কিছু শিথিলতা

১৭ মে’লৈকে বৃদ্ধি ল’কডাউনঃ গ্ৰীণ-অৰেঞ্জ জ’নত কিছু শিথিলতা

১৭মে’লৈকে বৃদ্ধি ল’কডাউনঃ গ্ৰীণ-অৰেঞ্জ জ’নত কিছু শিথিলতা

দেশত অহা ১৭মে’লৈকে তলাবন্ধ (ল’কডাউন)বৃদ্ধি কৰা হৈছে ৷ কিছুসংখ্যক ৰাজ্যত ক’ৰ’না মহামাৰীৰ প্ৰকোপ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অহা তিনি মে’ত অন্ত পৰিবলগীয়া লংক-ডাউনৰ ম্যাদ দুসপ্তাহৰ বাবে বৃদ্ধি কৰিছে ৷ আজি শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেতবোৰ ৰাজ্যৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ল’ক-ডাউন দুসপ্তাহ বৃদ্ধিৰ সিদ্ধান্ত লয় ।অৱশ্যে গ্ৰীণ জ’ন আৰু আৰু অৰেঞ্জ জ’নত ক’ৱিড-১৯নীতি-নিয়মাৱলীৰ কিছু শিথিলতা থাকিব । কিন্তু ৰেড জ’নত সম্পূৰ্ণ তলাবন্ধ অহা ১৭ মেলৈকে বলবত থাকিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com