মঙ্গলদৈ মহাবিদ্যালয়ত নিযুক্তি ২০২০

মঙ্গলদৈ মহাবিদ্যালয়ত নিযুক্তি ২০২০
মঙ্গলদৈ মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে
পদৰ নাম: সহকাৰী অধ্যাপক
পদৰ সংখ্যা: ১৯ টা
অসমীয়া ০২ (PwD)
উদ্ভিদ বিজ্ঞান ০৪ (UR/SC)
ৰাসায়ন বিজ্ঞান ০২ (ST-P/UR)
ভূগোল ০১ (OBC/MOBC)
গণিত ০১ (OBC/MOBC)
দৰ্শন ০১ (ST-H)
পদার্থ বিজ্ঞান ০৪ (ST-H/ST-P/UR)(OBC/MOBC)
পৰিসংখ্যা ০১ (ST-H)
প্ৰণী বিজ্ঞান ০৩ (ST-P/SC)
আবেদনশেষ তাৰিখ: ১৫ দিন
শিক্ষাগত অৰ্হতা: No. AHE.407/2017, 144 dated 08.11.2018 চৰকাৰী স্মাৰক পত্ৰ অনুসৰি শিক্ষাগত অৰ্হতা আৰু বাচনি প্ৰক্ৰিয়া অনুষ্ঠিত হব।
বয়স : ৩৮ বছৰ ( ০১/০১/২০২০) (৫ বছৰ এচ চি/এচ টি/ পি. ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বথৰ অ বি চি/ এম অ বি চি প্ৰাৰ্থীৰ বাবে ৰেহাই
দৰমহা: UGC other allowances as per rule.
প্ৰাৰ্থীৰ স্থায়ী আৱাসিক প্ৰমাণপত্ৰ ( Permanent Residential Certificate ), স্থানীয় ভাষা জনাটো আৱশ্যকীয়।
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে বাইঅ ডাটা আৰু আবেদন সমূহ ২০০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal, Mangaldai College, Mangaldai and must reach the office of the “Principal/ Secretary Mangaldai College, Mangaldai- 784125 Darrang, Assam” ঠিকনাত বিজ্ঞাপন প্ৰকাশনৰ ১৫ দিনৰ ভিতৰত পঠিয়াব লাগিব।
অধিক জনাৰ বাবে : Click here
অন্য খবৰৰ বাবে পঢ়ক: কেন্দ্রীয় বিদ্যালয় নিউ বঙ্গাইগাওঁত নিযুক্তি ২০২০