Top
Begin typing your search above and press return to search.

মঙ্গলদৈ মহাবিদ্যালয়ত নিযুক্তি ২০২০

মঙ্গলদৈ মহাবিদ্যালয়ত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Feb 2020 12:32 PM GMT

মঙ্গলদৈ মহাবিদ্যালয়ত নিযুক্তি ২০২০

মঙ্গলদৈ মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে

পদৰ নাম: সহকাৰী অধ্যাপক

পদৰ সংখ্যা: ১৯ টা

অসমীয়া ০২ (PwD)

উদ্ভিদ বিজ্ঞান ০৪ (UR/SC)

ৰাসায়ন বিজ্ঞান ০২ (ST-P/UR)

ভূগোল ০১ (OBC/MOBC)

গণিত ০১ (OBC/MOBC)

দৰ্শন ০১ (ST-H)

পদার্থ বিজ্ঞান ০৪ (ST-H/ST-P/UR)(OBC/MOBC)

পৰিসংখ্যা ০১ (ST-H)

প্ৰণী বিজ্ঞান ০৩ (ST-P/SC)

আবেদনশেষ তাৰিখ: ১৫ দিন

শিক্ষাগত অৰ্হতা: No. AHE.407/2017, 144 dated 08.11.2018 চৰকাৰী স্মাৰক পত্ৰ অনুসৰি শিক্ষাগত অৰ্হতা আৰু বাচনি প্ৰক্ৰিয়া অনুষ্ঠিত হব।

বয়স : ৩৮ বছৰ ( ০১/০১/২০২০) (৫ বছৰ এচ চি/এচ টি/ পি. ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বথৰ অ বি চি/ এম অ বি চি প্ৰাৰ্থীৰ বাবে ৰেহাই

দৰমহা: UGC other allowances as per rule.

প্ৰাৰ্থীৰ স্থায়ী আৱাসিক প্ৰমাণপত্ৰ ( Permanent Residential Certificate ), স্থানীয় ভাষা জনাটো আৱশ্যকীয়।

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে বাইঅ ডাটা আৰু আবেদন সমূহ ২০০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal, Mangaldai College, Mangaldai and must reach the office of the “Principal/ Secretary Mangaldai College, Mangaldai- 784125 Darrang, Assam” ঠিকনাত বিজ্ঞাপন প্ৰকাশনৰ ১৫ দিনৰ ভিতৰত পঠিয়াব লাগিব।

অধিক জনাৰ বাবে : Click here

অন্য খবৰৰ বাবে পঢ়ক: কেন্দ্রীয় বিদ্যালয় নিউ বঙ্গাইগাওঁত নিযুক্তি ২০২০

Next Story