মণিপুৰ চেক্ৰেটেৰিয়েটত নিযুক্তি ২০২০
মণিপুৰ চেক্ৰেটেৰিয়েটৰ খালি পদসমূহৰ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিচে।
পদৰ নাম: অফিচ এচিচটেন্ট
পদৰ সংখ্যা: ০২
দৰমহা: ৫,২০০/- ৰ পৰা ২০,০০০/- প্ৰতি মাহ
কৰ্ম স্থান: ইম্ফল
আবেদনৰ শেষ তাৰিখ: ১৪/০২/২০২০
পদৰ নাম: কম্পিউটাৰ অপৰেটৰ
পদৰ সংখ্যা: ০২
দৰমহা: ৫,২০০/- ৰ পৰা ২০,০০০/- প্ৰতি মাহ
কৰ্ম স্থান: ইম্ফল
আবেদনৰ শেষ তাৰিখ: ১৪/০২/২০২০
পদৰ নাম: পিয়ন
পদৰ সংখ্যা: ০২
দৰমহা: ৪,৪৪০/- টকাৰ পৰা ৭,৪৪০/-টকা প্ৰতি মাহ
কৰ্ম স্থান: ইম্ফল
আবেদনৰ শেষ তাৰিখ: ১৪/০২/২০২০
ঠিকনা: Address: Office of Secretary (Law), Govt. of Manipur, Manipur Secretariat, South Block
বাচনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/ সাক্ষাৎকাৰ
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : অসম বিশ্ববিদ্যালয়ত ,শিলচৰত নিযুক্তি ২০২০