Begin typing your search above and press return to search.
অসমত পুনৰ বন্ধ হব পাৰে ইণ্টাৰনেট সেৱা

অসমত পুনৰ বন্ধ হব পাৰে ইণ্টাৰনেট সেৱা । বিশেষ সূত্ৰ মতে অসমত পুনৰ বন্ধ হব পাৰে ইণ্টাৰনেট সেৱা।উল্লেখযোগ্য যে বৃহস্পতিবাৰে ইণ্টাৰনেট সেৱা বন্ধ প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল গুৱাহাটী উচ্চতম ন্যায়ালয়ে।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিয়ে শুক্ৰবাৰৰ পৰা ইণ্টাৰনেট সেৱা মুকলি কৰা হৈছিল।
উল্লেখযোগ্য যে কাৰ বিৰুদ্ধে হোৱা তীব্ৰ প্ৰতিবাদী আন্দোলনৰ পিছতেই ২০১৯ ৰ ১১ডিচেম্বৰৰ পৰা ইণ্টাৰনেট আৰু ব্ৰডবেণ্ডৰ সেৱা বন্ধ কৰা হৈছিল।
অন্য খবৰৰ বাবে পঢ়ক : ইন্টাৰনেট বন্ধ? ইন্টাৰনেট নোহোৱাকৈ বাৰ্তা প্ৰেৰণ কৰিব পৰা ” ব্ৰিজফী এপ”
ভিডিঅ প্ৰতক্ষ্য কৰক : AASU ‘Gana Satyagraha Programme’ against CAA 2019 in Golaghat
Next Story