Begin typing your search above and press return to search.

পানী সংৰক্ষণ : বান্দৰৰ ভাইৰেল ভিডিঅ'ই আচৰিত কৰি তুলিছে সকলোকে

পানী সংৰক্ষণ :  বান্দৰৰ ভাইৰেল ভিডিঅই আচৰিত কৰি তুলিছে সকলোকে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2019 1:43 PM GMT

পানী সংৰক্ষণ। এটা বান্দৰৰ ভাইৰেল ভিডিঅ'ই খলকনি তুলিছে ছ’চিয়েল মিডিয়াত । বান্দৰটো হৈ পৰিছে ইন্টাৰনেটতৰ হিৰ' । লগতে এই বান্দৰটোৱে এটা বিশেষ কাৰণতহে হিৰ’ হিছাপে প্ৰতিপন্ন হৈছে ইন্টাৰনেটত ।ইফালে, ইন্টাৰনেটত ভাইৰেল হোৱা এটি বান্দৰৰ ভিডিঅ'ই মানৱ সমাজৰ মাজত এক আলোড়নৰ সৃষ্টি কৰিছে ।

Video Credit: Niharika Singh Panjeta

https://twitter.com/Niharika_nsp/status/1182211857064480768

ভাইৰেল হোৱা এই বান্দৰৰ ভিডিঅ'ই মানৱ সমাজৰ মাজত মানব সমাজলৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰাৰ লগতে এক প্ৰশ্নৰ সৃষ্টি কৰিছে৷আনহাতে কিছু ঘন্টা পূৰ্বে বান্দৰৰ ভিডিঅ' এটি টুইটাৰত শ্বেয়াৰ কৰিছিল এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে । ভিডিঅ'টোত এটা বান্দৰে এডাল পাইপৰ ওচৰত বহি পাইপেৰে ওলাই থকি পানী ৰখাবলৈ চেষ্টা কৰি আছে ।

এই ভিডিঅ'টোই টুইটাৰত যথেষ্ট সহাৰি পাইছে ।উল্লেখ্য যে এনেধৰণৰ এটা ভিডিঅ' ভাইৰেল হৈছিল আগষ্ট মাহত। য'ত এটা বান্দৰে এটা টেপৰ পৰি পানী খাই আছিল।‌ গতিকে পানী সংৰক্ষণৰ নাম জনগণে কৰি থকা বিভিন্ন প্ৰচাৰৰ সময়লে বান্দৰটোৰ এই বিশেষ কাৰ্যই শিক্ষা দিছে মানৱ সমাজক ৷

অন্য খবৰৰ বাবে পঢ়ক: দোকানত চুৰি কাৰ্যৰ অপৰাধত আৰক্ষীয়ে আটক কৰিলে এটা ভাটো চৰাই

ভিডিঅ প্ৰতক্ষ্য কৰক:Two youth charged with human trafficking in Haryana, Police Rescued Two

Next Story
চাকৰি