থাইলেণ্ডত মৌনি ৰয়: ভিন্ন ধৰণৰ আলোকচিত্ৰই কপাঁইছে অনুৰাগীৰ হৃদয়: ফটো চাওঁক

থাইলেণ্ডত মৌনি ৰয়: ভিন্ন ধৰণৰ আলোকচিত্ৰই কপাঁইছে অনুৰাগীৰ হৃদয়: ফটো চাওঁক

থাইলেণ্ডত মৌনি ৰয়৷ সম্প্ৰতি সৰু পৰ্দা তথা বলীউডৰ অভিনেত্ৰী মৌনি ৰয় ব্যস্ত আছে জন্ম দিন উদযাপন কৰাত ৷ অভিনেত্ৰী গৰাকীয়ে থাইলেণ্ডত নিজৰ জন্ম দিন উদযাপন কৰি অনুৰাগীসকলৈ বিভিন্ন ফটো আগবঢ়াইছে ৷ বিভিন্ন ধৰণৰ আটক ধুনীয়া পোছাক,বিকিনী পৰিধান কৰি মৌনি ৰয়ে দিয়া ফ’টোসমূহ আদৰি লৈছে অনুৰাগীয়ে। কাৰণ এঘন্টাতে মৌনি ৰয়ৰ ফ’টো সমূহত ১,৫০,০০০ টা লাইক পাবলৈ সক্ষম হৈছে। মৌনি ৰয়ৰ ফ’টোত অভিনেতা জিবাৰান খানে কমেন্ট দিছে যে 'জলপৰী' ৷আন এখন ফ’টো মৌনি ৰয়ে কেপশ্যনত লিখিছে যে “Moody coz am already burnt #lovingthetanthough !”

https://www.instagram.com/p/B3C7KPjh79a/

উল্লেখ্য যে মৌনি ৰয় সম্প্ৰতি ব্যস্ত আছে মেদ ইন চাইনা ছবিৰ প্ৰচাৰত ৷ বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাওৰ লগত অভিনয় কৰিব মৌনি ৰয়ে ৷এক সাক্ষাৎকাৰত মৌনি ৰয়ে কয় যে মই ৰাজৰ পৰা বহুত শিকিছো। আমাৰ ৰিহাৰ্চেলৰ সময়ত ৰাজে মোক বহুত শিকায়।

https://www.instagram.com/p/B3ERf-zhBQb/

মিখিল মোছালে হৈছে ছবি খনৰ নিৰ্দেশক,মাদক ফ্লিমছৰ বেনাৰৰ অন্তৰ্গত মেড ইন ছাইনা‘ ছবি খনৰ প্ৰযোজক হৈছে দিনেশ ভিজান।ছবি খনত ৰাজকুমাৰ ৰাও আৰু মৌনি ৰয়ৰ লগতে বুমন ইৰানীকো দেখা পোৱা যাব।আশা কৰিব পাৰি ‘মেড ইন ছাইনা’ ছবি খনে সক্ষমতা অৰ্জন কৰিবলৈ সক্ষম হ’ব।

https://www.instagram.com/p/B2__Wo8heRX/

https://www.instagram.com/p/B2_TmDhhUJg/

https://www.instagram.com/p/B2_BIT9hlko/

https://www.instagram.com/p/B2_Bi7GBkoP/

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch the artistic creations with Beer Bottles, Bamboos & Thermocols

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com