Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড নিযুক্তি 2020 

ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড নিযুক্তি 2020 

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 March 2020 10:58 AM GMT

ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড নিযুক্তি 2020

ৱেষ্ট অসম মিল্ক প্ৰডিউচাৰ কৰ্পাৰেটিভ উইনিয়ন লিমিটেডে এক্সিকিউটিভ প্ৰজেক্ট (মেকানিকেল/ ইলেক্ট্ৰিকেল) পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আৱেদন বিছাৰিছে । এই পদত নিয়োগ ঠিকাভিত্তিক হব ।

পদৰ নাম -এক্সকিউটিভ প্ৰজেক্ট ( মেকানিকেল/ ইলেকট্ৰিকেল)

পদৰ সংখ্যা - ০২

বয়স - ৩৫ বছৰ

অৰ্হতা - মেকানিকেল/ ইলেকট্ৰিকেলত বি ই / বি টেক হ'ব লাগিব। লগতে ডোমেইন প্ৰজেক্টত কমেও ৪ বছৰৰ অভিজ্ঞতা থাকিব লাগিব ।

দৰমহা - প্ৰতি বছৰে প্ৰায় ৫ লাখ । ( যোগ্যতা, অভিজ্ঞতা, এচাইনমেন্টৰ পেকেজ অনুসৰি)

নিৰ্বাচন প্ৰক্ৰিয়া: ব্যক্তিগত সাক্ষাৎকাৰৰ ভিত্তিত নিৰ্বাচন কৰা হ'ব ।

স্থান - গুৱাহাটী

অন্তিম তাৰিখ : ১৫/০৩/২০২০

সবিশেষ জানক : Click Here

অন্য খবৰ পঢ়ক : লক্ষীপুৰ মহাবিদ্যালয় নিযুক্তি, 2020

Next Story