Begin typing your search above and press return to search.

নেচনেল হেল্থ মিছন অসম নিযুক্তি

নেচনেল হেল্থ মিছন অসম নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Jan 2020 1:20 PM GMT

নেচনেল হেল্থ মিছন অসম নিযুক্তি

নেচনেল হেল্থ মিছন অসম নিযুক্তি । এন এইচ এম অসমৰ অধীনত নিম্নলিখিত পদ সমূহত চুক্তি ভিত্তিক কামৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে অনলাইন যোগে আৱেদন কৰিব পাৰে ।

প্ৰাৰ্থী সকলে আৱেদন কৰিব পাৰে ৱেবছাইট জৰিয়তে

পদৰ নাম: মেনেজমেন্ট কনচুলটেন্ট

পদৰ সংখ্যা- ০১

দৰমহা- ২৭,০০০ প্ৰতিমাহে

চাকৰি স্থান- গুৱাহাটী

অন্তিম তাৰিখ- ৩১/০১/২০২০

ঠিকনা- মিছন ডাইৰেক্টৰ অফ নেচনেল হেল্থ মিছন, অসম

নিৰ্বাচনী প্ৰক্ৰিয়া - সাক্ষাৎকাৰ / নিৰ্বাচন পৰীক্ষা

আৱেদন কেনেদৰে কৰিব : ৩১/০১/২০২০ ৰ আগত প্ৰাৰ্থী সকলে অনলাইন যোগে আৱেদন কৰিব পাৰিব। ওপৰোক্ত অৰ্হতা অবিহনে আৱেদন কৰিব নোৱাৰিব। সাক্ষাৎকাৰ বা পৰীক্ষাৰ ফলাফল ৱেবছাইটৰ জৰিয়তে ঘোষণা কৰা হ'ব । সাক্ষাৎকাৰ বা পৰীক্ষাৰ বাবে ব্যক্তিগত ভাৱে ফোন কৰি নহ'ব ।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিযুক্তি ২০২০

Next Story
চাকৰি