NIRT ত প্ৰজেক্ট ডাইৰেক্ট্ৰৰ বিষয়াৰ পদত নিযুক্তি -
আবেদনকাৰী সকলৰ বাবে সাক্ষাৎকাৰ / লিখিত পৰীক্ষাৰ দিন নিদ্ধাৰন কৰিছে । তলত সম্পূৰ্ণ তথ্য সমুহ উল্লেখ কৰা হ'ল -
পদৰ নাম - প্ৰজেক্ট টেকনিকেল বিষয়া
পদৰ সংখ্যা - ২
দৰমহা - ৩২০০০ প্ৰতি মাহে
বয়স - ৩০
নিযুক্তিৰ স্থান - ডিব্ৰুগড়
সাক্ষাৎকাৰৰ তাৰিখ - ৩১/১/২০২০
ঠিকনা - ৰেজিঅ'নেল মেডিকেল ৰিচাৰ্জ চেণ্টাৰ NE (Region) Post Box No 105 ডিব্ৰুগড় ৭৮৬০০১ অসম
নিৰ্বাচন প্ৰক্ৰিয়া - লিখিত পৰীক্ষা / সাক্ষাৎকাৰ
সাক্ষাৎকাৰৰ তাৰিখ - ৩১ জানুৱাৰী ২০২০ ,ৰিজঅ'নেল মেডিকেল ৰিচাৰ্জ চেণ্টাৰ N .E(region)post box no.105ডিব্ৰুগড় ৭৮৬০০১ অসম
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : অসম সমবায় এপেক্স বেংকত নিযুক্তি ২০২০-