অইল ইণ্ডিয়া এইচ এচ স্কুল ডুলিয়াজানত নিযুক্ত ২০২০
অইল ইণ্ডিয়া এইচ এচ স্কুল ডুলিয়াজানত সুকুমাৰ কলা প্ৰশিক্ষকৰ ৬ মহীয়া ঠিকাভিত্তিক পদৰ পৰা ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: সুকুমাৰ কলা প্ৰশিক্ষক
পদৰ সংখ্যা: ০১
শিক্ষাগত অৰ্হতা: সুকুমাৰ কলা বিষয়ত স্নাতক ডিগ্ৰী।
দৰমহা: ১২,৩০০/- টকা প্ৰতি মাহ
ৱা্ক-ইন-ইন্টাৰভিউৰ: ১৮/০৩/২০২০
ৰিপৰ্টিং সময়: ৰাতিপুৱা ৭:০০ বজা
নিৰ্বাচন প্ৰক্ৰিয়া: সাক্ষাৎকাৰ
ঠিকনা: OIL India H.S. School, Duliajan
সৱিশেষ জানিবলৈ: Click Here
অন্য খবৰৰ বাবে পঢ়ক: ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি মৰিগাঁওত নিযুক্তি