অইল ইণ্ডিয়া এইচ এচ স্কুল ডুলিয়াজানত নিযুক্ত ২০২০

অইল ইণ্ডিয়া এইচ এচ স্কুল ডুলিয়াজানত নিযুক্ত ২০২০

অইল ইণ্ডিয়া এইচ এচ স্কুল ডুলিয়াজানত নিযুক্ত ২০২০

অইল ইণ্ডিয়া এইচ এচ স্কুল ডুলিয়াজানত সংগীত শিক্ষক ৬ মহীয়া ঠিকাভিত্তিক পদৰ পৰা ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: সংগীত শিক্ষক

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: সংগীত বিষয়ত স্নাতক ডিগ্ৰী লগতে হিন্দী, অসমীয়া, ইংৰাজী বিষয়ত জ্ঞান থকা আৱশ্যক।

দৰমহা: ১২,৩০০/- টকা প্ৰতি মাহ

ৱা্ক-ইন-ইন্টাৰভিউৰ: ২০/০৩/২০২০

ৰিপৰ্টিং সময়: ৰাতিপুৱা ৭:০০ বজা

নিৰ্বাচন প্ৰক্ৰিয়া: সাক্ষাৎকাৰ

ঠিকনা: OIL India H.S. School, Duliajan

সৱিশেষ জানিবলৈ: Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com