Begin typing your search above and press return to search.

অইল ইণ্ডিয়া এইচ এচ স্কুল ডুলিয়াজানত নিযুক্ত ২০২০

অইল ইণ্ডিয়া এইচ এচ স্কুল ডুলিয়াজানত নিযুক্ত ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 March 2020 11:20 AM GMT

অইল ইণ্ডিয়া এইচ এচ স্কুল ডুলিয়াজানত নিযুক্ত ২০২০

অইল ইণ্ডিয়া এইচ এচ স্কুল ডুলিয়াজানত সংগীত শিক্ষক ৬ মহীয়া ঠিকাভিত্তিক পদৰ পৰা ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: সংগীত শিক্ষক

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: সংগীত বিষয়ত স্নাতক ডিগ্ৰী লগতে হিন্দী, অসমীয়া, ইংৰাজী বিষয়ত জ্ঞান থকা আৱশ্যক।

দৰমহা: ১২,৩০০/- টকা প্ৰতি মাহ

ৱা্ক-ইন-ইন্টাৰভিউৰ: ২০/০৩/২০২০

ৰিপৰ্টিং সময়: ৰাতিপুৱা ৭:০০ বজা

নিৰ্বাচন প্ৰক্ৰিয়া: সাক্ষাৎকাৰ

ঠিকনা: OIL India H.S. School, Duliajan

সৱিশেষ জানিবলৈ: Click Here

অন্য খবৰ পঢ়ক : ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড নিযুক্তি 2020

Next Story