Begin typing your search above and press return to search.

অ' পি ডি মহাবিদ্যালয়ত নিযুক্তি ২০২০

অ পি ডি মহাবিদ্যালয়ত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 March 2020 11:58 AM GMT

অ' পি ডি মহাবিদ্যালয়ত নিযুক্তি ২০২০

অ' পি ডি মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: UGCৰ অধীনত NET/SELT/SET উৰ্ত্তীণ লাগিব।

বয়স: ৩৮বছৰ (০১/০১/২০২০ তাৰিখৰ ভিতৰত)

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহৰ সৈতে ২৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে অধক্ষ্য, পানীগাওঁ অ' পিডি মহাবিদ্যালয় এছ বি আই উত্তৰ লখিমপুৰ শাখাত ১২ মাৰ্চ ৰ ভিতৰত পঠিয়াব লীগিব।

বাচনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ

আবেদনৰ শেষ তাৰিখ: ১২/০৩/২০২০

ঠিকনা - ড° সুৰেশ দত্ত, প্ৰিন্সিপাল,পানীগাঁও অ' পি ডি কলেজ , পোষ্ট অফিছ- পানীগাঁও, পিন- ৭৮৭০৫২ লক্ষীমপুৰ।

অন্য খবৰৰ বাবে পঢ়ক: ভাৰতীয় ৰেল বিভাগৰ ডি এম ডাব্লিউ শাখাত নিযুক্তি ২০২০

Next Story