পাণ্ডু মহাবিদ্যালয় ত সহকাৰী অধ্যাপকৰ পদত নিযুক্তি ২০২০

পাণ্ডু মহাবিদ্যালয় ত সহকাৰী অধ্যাপকৰ পদত নিযুক্তি ২০২০

পাণ্ডু মহাবিদ্যালয় ত সহকাৰী অধ্যাপকৰ পদত নিযুক্তি ২০২০

পাণ্ডু মহাবিদ্যালয়ত উপযুক্ত অৰ্হতাসম্পন্ন যোগ্য প্ৰাৰ্থীৰ পৰা সহকাৰী অধ্যাপক পদৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম :

১/ সহকাৰী অধ্যাপক, গণিত

পদৰ সংখ্যা: ০১

২/ সহকাৰী অধ্যাপক, ইংৰাজী

পদৰ সংখ্যা: ০১

৩/সহকাৰী অধ্যাপক, অসমীয়া

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: ইউ জি চি (UGC) ৰ অধীনত NET/SLET/SET উৰ্ত্তীণ হব লাগিব। পি.এইচ ডি/ এম.ফিল ডিগ্রীধাৰী হব লাগিব।

বয়স: ৩৮ বছৰ (০১/০১/২০১৯) ৫ বছৰ এচ চি/এচ টি/ পি ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বছৰ অ বি চি/এম অ বি চি প্ৰাৰ্থীৰ বাবে ৰেহাই।

আবেদনৰ শেষ তাৰিখ: ২৬/০২/২০২০

কেনেদৰে আবেদন কৰিব : আবেদনকাৰী সকলে ডিমান্ড ড্ৰাফ্ট যোগে ২০০০/- টকা Principal, Pandu College, SBI, Maligaon,NF Railway Headquarter Branch ত ২৬/০২/২০২০ তাৰিখৰ ভিতৰত জমা কৰিব লাগিব।

*TA/ DA প্ৰদান কৰা হব।

অধিক জনাৰ বাবে : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com