Begin typing your search above and press return to search.

মানুহ কিমান জঘন্য হব পাৰে? শিশুক মদ, চিগাৰেট খোৱাই এজন বৃদ্ধয়ে

মানুহ কিমান জঘন্য হব পাৰে? শিশুক মদ, চিগাৰেট খোৱাই এজন বৃদ্ধয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 July 2019 11:17 AM GMT

শিশুক হৈছে দেশৰ ভৱিষ্যত । কিন্তু দেশৰ ভবিষ্যৰ সৈতে খেলা এজন বৃদ্ধৰ। কন কন শিশুক শিক্ষা দান কৰাৰ পৰিবৰ্তে এজন বৃদ্ধয়ে এই কন কন শিশু সকলক মদ আৰু চিগাৰেট খাবলৈ বাধ্য কৰাই ।

এই ঘটনা সংঘটিত হৈছে আলিগড়ত । আলিগড়ত এই ঘটনাৰ ভিডিঅ ভাইৰেল হৈছে । আলিগড়ৰ আটাৰোলি অঞ্চলৰ বাহাদুৰপুৰ গাঁওত এই ঘটনাৰ সংঘটিত হৈছে । ইতিমধ্যে এই ব্যক্তি জনৰ বিৰুদ্ধে গোচৰ দাখিল কৰা হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক: গুৱাহাটীত উদ্ধাৰ চাৰি লক্ষাধিক টকাৰ বাৰ্মিছ চিগাৰেট

Next Story
চাকৰি