Begin typing your search above and press return to search.

পোষন অভিযান , অসম নিযুক্তি ২০২০

পোষন অভিযান , অসম নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jan 2020 11:33 AM GMT

পোষন অভিযান , অসম নিযুক্তি ২০২০

সমাজ কল্যান বিভাগ আৰু ৰাজ্য প্ৰকল্প সঞ্চালক, পোষন অভিযান , অসমে পৰামৰ্শক (কনচালটেন্ট) পদৰ বাবে প্ৰাৰ্থীৰ সন্ধান কৰি আছে। তলত সবিশেষ উল্লেখ কৰা হ'ল-

পদৰ নাম- পৰামৰ্শক ( কনচালটেন্ট)

অৰ্হতা- পি জি ডিগ্ৰী চাপ্লাই চেইন মেনেজমেন্ট/ এম বি এৰ লগতে অপাৰেশ্যন/চাপ্লাই মেনেজমেন্টৰ বাবে বিশেষজ্ঞ।

অভিজ্ঞতা- ৫ বছৰ অভিজ্ঞতা চাপ্লাই চেইন আৰু লোজিষ্টিক/প্ৰকিউৰমেন্ট প্লেনিং মেনেজমেন্ট।

পদৰ সংখ্যা- ১

বয়স- ২৫ ৰ পৰা ৪৪ বছৰ ।

দৰমহা- ৬০,০০০ প্ৰতিমাহে।

অন্তিম তাৰিখ- ৩১/০১/২০২০

কেনেদৰে আৱেদন কৰিব- আৱেদন কাৰীয়ে তেওঁলোকৰ তথ্য সমূহ ৩১ জানুৱাৰী ২০২০ ৰ আগত poshanassam18@gmail.com মেইল কৰিব পাৰিব ।‌

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : ড° ভূবেনেশ্বৰ বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত নিযুক্তি

Next Story
চাকৰি