Begin typing your search above and press return to search.

জনসাধাৰণৰ সমস্যাৰ সমূহৰ ওপৰত অধিক গুৰুত্ব প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

জনসাধাৰণৰ সমস্যাৰ সমূহৰ ওপৰত অধিক গুৰুত্ব প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 July 2019 8:57 AM GMT

চৰকাৰ আৰু বৈদুতিৎকৰনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ খনত বিশেষ গুৰুত্ব প্ৰদান কৰিছে । লগতে জনসাধাৰণৰ সমস্যাৰ সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যেক মাহতে এটা বিশেষ বিভাগৰ জনসাধাৰণৰ সমস্যাৰ আৰু অভিযোগ সমুহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰ্যালোচনা কৰিছে ।

জনসাধাৰণৰ সমস্যা আৰু অভিযোগ সমুহে মোদী চৰকাৰক পদক্ষেপ গ্ৰহণ কৰিবলৈ সহায় কৰিছে । মোদীৰ " মান কি বাত " অনুষ্ঠানৰ যোগেদি দেশবাসী সমস্যা সমূহ পোনপটীয়া জানিবলৈ সক্ষম হৈছে । পূৰ্বতে এটা বৰ্ষত চৰকাৰে ৩ লাখ অভিযোগ লাভ কৰিছিল । বৰ্তমান প্ৰায় ১৮ লাখ লাভ কৰিছে । প্ৰত্যেক দিনে ১০০ ৰো অধিক সমস্যায়ে অভিযোগ উত্থাপন কৰা হয়।

জনসাধাৰণে তেওঁলোকৰ ৰাজহুৱা সমস্যা সমূহ pgportal.gov.in ৰ যোগেদি প্ৰেৰণ কৰিব পাৰে |প্ৰত্যেকটো গোচৰ ৬০ দিনৰ ভিতৰত নিষ্পত্তি কৰা হব আৰু অভিযোগকাৰীৰ সন্তুষ্টিৰ ভিত্তিতে নিষ্পত্তি কৰা হব গোচৰ সমূহ । এই অভিযোগৰ ৯৬ শতাংশ বিভাগীয় , পেঞ্চন , বেংক অথবা দুৰ্নীতিৰ অভিযোগ আৰু ভূমি সম্পৰ্কীয় অভিযোগ ৬০ দিনত মীমাংসা কৰা হব । আনহাতে ৪ শতাংশ অভিযোগ ৬০ দিনৰ ভিতৰত নিষ্পত্তি কৰা নহয় ।জনসাধাৰণে কেৱল প্ৰধানমন্ত্ৰীৰ mygov.in. portal তে অভিযোগ উত্থাপন কৰাৰ লগতে , ৰাষ্ট্ৰপতিৰ ভাৰতীয় ৱেবচাইটতো অভিযোগ উত্থাপন কৰিব পাৰে, লগতে লিখি অভিযোগ উত্থাপন কৰিব পাৰিব ।

খোলা দিন সমূহৰ ভিতৰত বুধবাৰে বহুতো লোকে হাতে লিখা আবেদন দাখিল কৰিছিল । এই আবেদন সমূহ যদি বৈধ হয় গ্ৰহণ কৰাৰ লগতে ৰেজিষ্ট্ৰাৰ কৰা হয় । যিসমূহ অভিযোগ মেইলত পঠিওৱা হয় , সেইসমূহ পৰ্টেলৰ দাখিল কৰিবলৈ কোৱা হৈছে । যিয়ে অভিযোগ সমূহ লাভ কৰাত সহায়ক হয়।

অন্য খবৰৰ বাবে পঢ়ক: বিৰোধীয়ে আসনৰ চিন্তা এৰক, সংসদত সক্ৰিয় হওঁক: নৰেন্দ্ৰ মোদী

Next Story
চাকৰি