এইবাৰ চুম্বন লৈ চৰ্চাত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী: ভিডিঅ’ চাওক

এইবাৰ চুম্বন লৈ চৰ্চাত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী: ভিডিঅ’ চাওক

কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী সততে চৰ্চাত থাকে। কিন্তু সম্প্ৰত্তি ৰাহুল গান্ধী চৰ্চা লৈ আহিছে এটা চুমাৰ কাৰণে? কিন্তু কেনেকৈ? সদ্যহতে ৰাহুল গান্ধী উত্তৰ কেৰেলাৰ ৱায়ানাড লোকসভা সমষ্টিত হোৱা বানপানী পৰ্যবেক্ষণ কৰিবলৈ গৈছিল ৷ তাত উপস্থিত হৈ ৰাহুল গান্ধীয়ে সকলোৰে পৰিস্থিতিৰ সন্দৰ্ভত তথ্য লয় ৷

ইয়াৰ পিছত ৰাহুল গান্ধী নিজৰ বাহনত বহাৰ সময়তে ঘটিল ঘটনাটো ৷ ৰাহুল গান্ধী বাহনত বঢ়াৰ সময়তে এজন যুৱক আহি ৰাহুল গান্ধীক চুম্বন কৰে ৷ যুৱকজনে চুম্বন কৰাৰ সময়তে ৰাহুল গান্ধীৰ মুখৰ অৱস্থা আছিল সচাঁকৈয়ে চাব লগীয়া ৷ ইফালে সকলোৰে মাজত সেই সময়ত উপস্থিত আছিল সংবাদ মাধ্যমৰ লোক। আৰু এই সকলো দৃশ্য আৱদ্ধ হয় কেমেৰাত ৷

Video Credit: ANI

[embed]https://twitter.com/i/status/1166625478523965443[/embed]

আৰু এই ভিডিঅ’টি সকলোতে ভাইৰেল হৈ পৰে। অৱশ্যে এই ঘটনা ৰাহুল গান্ধীৰ লগত এইয়াই প্ৰথম নহয় ৷ ইয়াৰ পূৰ্বেও ৰাহুল গান্ধীক গুজৰাটৰ এখন ৰেলীত এগৰাকী মহিলাই চুম্বন কৰিছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com