ৰেজিঅনেল ইনচটিউট অৱ মেডিকেল চাইন্স, মণিপুৰত নিযুক্তি ২০২০

ৰেজিঅনেল ইনচটিউট অৱ মেডিকেল চাইন্স, মণিপুৰত নিযুক্তি ২০২০

ৰেজিঅনেল ইনচটিউট অৱ মেডিকেল চাইন্স, মণিপুৰত নিযুক্তি ২০২০

ৰেজিঅনেল ইনচটিউট অৱ মেডিকেল চাইন্স, মণিপুৰত প্ৰজেক্ট “Advance Medical Oncology Diagnostic Services (DIAMOnDS) under H r A in Pilot Research Project” ৰ বাবে ৰিচাৰ্চ এচিচটেন্ট পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ নাম : ৰিচাৰ্চ এচিচটেন্ট

পদৰ সংখ্যা: ০১

দৰমহা: ৩১,০০০/- প্ৰতি মাহ

আবেদনৰ শেষ তাৰিখ- ১০/০২/২০২০

ঠিকনা: Office Of the Director, RIMS Imphal

নিৰ্বাচন প্ৰক্ৰিয়া: ৱাক্-ইন-ইন্টাৰভিউ ( কোনো TA/DA প্ৰদান কৰা নহব)

কেনেদৰে আবেদন কৰিব: পাছপোৰ্ট ফটোৰ সৈতে নিজৰ বাইঅ' ডাটা শিক্ষাগত অৰ্হতা, অভিজ্ঞতা, আদি প্ৰয়োজনীয় নথিপত্ৰ সমূহ স্ব-স্বাক্ষৰ কৰি the Office Of the Director, RIMS, Imphal ঠিকনাত ১০/০২/২০২০ তাৰিখৰ ৪:০০ বজাৰ ভিতৰত পঠিয়াব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com