ৰেজিঅ'নেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰত নিযুক্তি ২০২০ -

ৰেজিঅ'নেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰত নিযুক্তি ২০২০ -
চৰকাৰী সংগঠনে B.Lid ৰ যোগ্য প্ৰাৰ্থীসকলৰ বাবে নিযুক্তিৰ প্ৰক্ৰিয়া মুকলি কৰিছে । হেল্থ ৰিচাৰ্ছ বিভাগ ,মিনিষ্টি অফ হেল্থ এণ্ড পৰিয়াল কল্যান , ৰেজিঅ'নেল মেডিকেল ৰিচাৰ্ছ চেণ্টাৰ NE। ৰাষ্ট্ৰ ,ডিব্ৰুগড় , অসমত নিযুক্তিৰ ভিত্তিত । তলত গুৰুত্বপূৰ্ণ তথ্য সমুহ উল্লেখ কৰা হ'ল -
পদৰ নাম - লাইবেৰি সহকাৰী আৰু অনুসন্ধান বিষয়া (Assistant Library and information Officer )
যোগ্যতা - লাইবেৰি চাইন্সত আৰু লাইব্ৰেৰী আৰু ইনফ'ৰমেচনত বিশ্ববিদ্যালয় আৰু কোনো প্ৰতিষ্ঠানত স্নাতক ডিগ্ৰীপ্ৰাপ্ত হ'ব লাগিব।
অভিজ্ঞতা - ২বছৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ /স্বায়ত্ব শাসিত আৰু বিধিবদ্ধ(statutory ) সংগঠন /PSU বিশ্ববিদ্যালয় আৰু ৰিক্গেনাইচ আৰু শৈক্ষিক অনুষ্ঠানৰ অধীনত লাইব্ৰেৰীত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব ।
দৰমহা - ৪৪৯০০- ১৪২৪০০
অন্তিম তাৰিখ - ৩০/১/২০২০
নিৰ্বাচন প্ৰক্ৰিয়া - লিখিত পৰীক্ষা আৰু দক্ষতাৰ পৰীক্ষা
যোগ্য প্ৰাৰ্থীসকলে নিদ্ধাৰিত ফৰমেতত আবেদনপ্ৰত্ৰ ICMRRMRC , লাহোৱাল , ডিব্ৰুগড় -৭৮৬০১০ যোগে ৩০জানুৱাৰী ২০২০ ৰ আগত পঠাব লাগিব ।
1. অৰিজিনেল /এতেষ্টেত ফ'ট'কপিছ অফ দি (APARs) ফ'ৰ দি লাষ্ট ফাইব ইয়েৰ
2.ভিগিলেন্স এৰেন্স চাৰ্টিফিকেত
3. ইনতিগ্ৰিৰি চাৰ্টিফিকেত
4 . ন' মেজৰ/ মাইন'ৰ পেনেল্টি চাৰ্টিফিকেত ফ'ৰ দি লাষ টেন ইয়েৰচ ।
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : অসম সমবায় এপেক্স বেংকত নিযুক্তি ২০২০-