Begin typing your search above and press return to search.

সাংবাদিকসকলৰ কাৰণে পেঞ্চন ঘোষণা অসম চৰকাৰৰ

সাংবাদিকসকলৰ কাৰণে পেঞ্চন ঘোষণা অসম চৰকাৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Aug 2019 10:11 AM GMT

সাংবাদিকসকলৰ কাৰণে পেঞ্চন ঘোষণা অসম চৰকাৰৰ ৷সংবাদ মাধ্যমৰ লগত জৰিত লোকসকল অৰ্থাৎ সাংবাদিকসকলক অসম চৰকাৰৰ পেঞ্চন আঁচনি ২০১৯-২০ৰ আধাৰত চলিত বৰ্ষৰ ১ এপ্ৰিল পৰা কিছুমান সাংবাদিকক ৮০০০ টকাৰ মাহেকীয়া পেঞ্চন দিয়াৰ সন্দৰ্ভে ঘোষণা কৰিছে ৷

এই আঁচনিৰ অধীনত পেঞ্চন লাভ কৰা সকলৰ ভিতৰত আছে কৰীমগঞ্জৰ সাংবাদিক দীপক দাস,সোনিতপুৰৰ নাথমল তিব্ৰেৱালা,ডিব্ৰুগড়ৰ ইকবাল আহমেদ,তিনিচুকীয়াৰ অমূল্য খাটনিয়াৰ,কামৰূপৰ উদয় শংকৰ বৰগোহাঞি,বিশ্বনাথ চাৰিআলিৰ ঘনকান্ত দাস,কামৰূপৰ সত্যনাৰায়ণ মিশ্ৰা,তিনিচুকীয়াৰ হিমেন ভট্টাচাৰ্য,কামৰূপ মেট্ৰ’ৰ পদমেশ্বৰ চিত্ৰকৰ,নগাঁৱৰ কিৰণ কুমাৰ মুখাৰ্জী,উদালগুৰিৰ পবন হাজৰিকা,যোৰহাটৰ অৰুণ কুমাৰ দাস,কামৰূপ মেট্ৰ’ৰ সঞ্জয় বৰকাকতি, তিনিচুকীয়াৰ জীতেন শৰ্মা,উদালগুৰিৰ ৰঞ্জিত কুমাৰ দাস,কামৰূপ মেট্ৰ’ৰ বলেন্দ্ৰ কলিতা,যোৰহাটৰ হৰেন শৰ্মা,কামৰূপ মেট্ৰ’ৰ চম্পক বৰবৰা,কামৰূপ মেট্ৰ’ৰ ইমৰাণ হুচেইন,কামৰূপ মেট্ৰ’ৰ দিপাংক ৰয় ৷ এই তথ্য দিছে তথ্য আৰু জনসংযোগ বিভাগে ৷

অধিক খবৰৰ বাবে পঢ়ক: তিনিচুকীয়াত অনুভৱৰ জলঙাইদি উন্মোচন

ভিডিঅ প্ৰতক্ষ্য কৰক:Nalbari Polytechnic contractual employees deprived of 11 months’ remuneration | The Sentinel News

Next Story
চাকৰি