Begin typing your search above and press return to search.
শিলচৰ চিকিৎসা মহাবিদ্যালয়ত লেবৰটৰী এচিচটেন্ট পদত নিযুক্তি ২০২০

শিলচৰ চিকিৎসা মহাবিদ্যালয়ত লেবৰটৰী এচিচটেন্ট পদত নিযুক্তি ২০২০
শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ লেবৰটৰী এচিচটেন্টৰ খালি পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: লেবৰটৰী এচিচটেন্ট
পদৰ সংখ্যা: ০১
দৰমহা: ১৭,০০০/- টকা
বয়স: ২৮ বছৰ
শিক্ষাগত অৰ্হতা: মেডিকেল লেবৰটৰী টেকনলজিত ডিপ্লোমা।
অভিজ্ঞতা: ১বছৰীয়া ICMR/CSIR/DBT/ অন্য প্ৰজেক্ট/ কম্পিউটাৰৰ জ্ঞান থকা আবশ্যক।
ৱাক-ইন-ইন্টাৰভিউ :০৭/০৩/২০২০
ঠিকনা: Department of Microbiology, Silchar Medical College & Hospital
সৱিশেষ জানিবলৈ: Click here
অন্য খবৰৰ বাবে পঢ়ক: মাজুলী মহাবিদ্যালয় নিযুক্তি ২০২০
Next Story