Begin typing your search above and press return to search.

শিলচৰ মেডিকেল কলেজত নিযুক্তি ২০২০

শিলচৰ মেডিকেল কলেজত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Feb 2020 11:36 AM GMT

শিলচৰ চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি ২০২০

শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ লেবৰটৰী এচিচটেন্টৰ খালি পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: লেবৰটৰী এচিচটেন্ট

পদৰ সংখ্যা: ০১

দৰমহা: ১৭,০০০/- টকা

বয়স: ২৮ বছৰ

শিক্ষাগত অৰ্হতা: মেডিকেল লেবৰটৰী টেকনলজিত ডিপ্লোমা।

অভিজ্ঞতা: ১বছৰীয়া ICMR/CSIR/DBT/ অন্য প্ৰজেক্ট/ কম্পিউটাৰৰ জ্ঞান থকা আবশ্যক।

ৱাক-ইন-ইন্টাৰভিউ :০৭/০৩/২০২০

ঠিকনা: Department of Microbiology, Silchar Medical College & Hospital

সৱিশেষ জানিবলৈ: Click here

অন্য খবৰৰ বাবে পঢ়ক:কৰিমগঞ্জ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

Next Story
চাকৰি