Begin typing your search above and press return to search.

 সমাজ কল্যাণ বিভাগ,বি টি চি কোকৰাঝাৰ নিযুক্তি ২০২০

 সমাজ কল্যাণ বিভাগ,বি টি চি কোকৰাঝাৰ নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Feb 2020 1:10 PM GMT

সমাজ কল্যাণ বিভাগ,বি টি চি কোকৰাঝাৰ নিযুক্তি ২০২০

চিৰাং আৰু কোকৰাঝাৰ জিলাৰ সমাজ কল্যাণ বিভাগত মহিলা সমাজ কল্যাণ বিষয়া আৰু জিলা সঞ্চালকৰ খালি পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থী ৰ পৰা আবেদন বিচাৰিছে।

১. মহিলা সমাজ কল্যাণ বিষয়া

পদৰ সংখ্যা- ০১

২.জিলা সঞ্চালক

পদৰ সংখ্যা- ০২

আবেদনৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলে আবেদনসমূহ Bodoland.in পৰা ডাউনলোড কৰিব পাৰিব। অন্য সালসলনিৰ (modification) তথা আবেদন সম্পৰ্কে তথ্যৰ বাবে প্ৰাৰ্থী সকলক সময়ে সময়ে ৱেবছাইটত নীৰিক্ষণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

আবেদন পঠিওৱা ৰ ঠিকনা:

A. কোকৰাঝাৰ জিলা

Office of the District Social Welfare Officer, Kokrajhar

Near CJM Court (Civil Line), Kokrajhar

P.O., P.S. & Dist: Kokrajhar, BTC, Assam, Pin: 783370

B. চিৰাং জিলা:

Office of the District Social Welfare Officer, Chirang

District Center, Chirang (Kajalgaon)

P.O.-Kajalgaon, Dist-Chirang, BTC, Assam, Pin-783385

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : নেচনেল হেল্থ মিছন অসম নিযুক্তি

Next Story
চাকৰি