তেজপুৰ মেডিকেল কলেজ আৰু হাস্পাতালত নিযুক্তি ২০২০
তেজপুৰ মেডিকেল কলেজ আৰু হাস্পাতালত প্ৰজেক্ট টাইটেল: "Establishment of Population-Based Stroke Registry and Clinical Stroke Care Pathway using Mobile Stroke Unit” ৱাক্-ইন-ইন্টাৰভিউৰ ৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: ৰিচাৰ্চ এছিচটেন্ট
পদৰ সংখ্যা: ০১
দৰমহা: ৩১,০০০/- টকা প্ৰতি মাহ
শিক্ষাগত অৰ্হতা: জীৱ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী/ এম এছ ডাব্লিউ/ বিজ্ঞান শাখাত স্নাতক লগতে ৩ বছৰীয়া কৰ্মৰ অভিজ্ঞতা। কম্পিউটাৰ এপ্লিকেশনত চাৰ্টিফিকেট/ডিপ্লোমা থকাটো প্ৰয়োজন।
ৱাক্-ইন-ইন্টাৰভিউৰ: ০৫/০৩/২০২০, ৰাতিপুৱা ১০বজাত
বয়স: ২১ বছৰৰ পৰা ৩৮ বছৰ লৈকে।(০১/০১/২০২০)
অধিক জানিবৰ বাবে: Click Here
অন্য খবৰৰ বাবে পঢ়ক:কেন্দ্রীয় বিদ্যালয় নিউ বঙ্গাইগাওঁত নিযুক্তি ২০২০