Begin typing your search above and press return to search.
তেজপুৰ মেডিকেল কলেজ আৰু হাস্পাতালত নিযুক্তি ২০২০

তেজপুৰ মেডিকেল কলেজ আৰু হাস্পাতালত নিযুক্তি ২০২০
তেজপুৰ মেডিকেল কলেজ আৰু হাস্পাতালত প্ৰজেক্ট টাইটেল: "Establishment of Population-Based Stroke Registry and Clinical Stroke Care Pathway using Mobile Stroke Unit” ৱাক্-ইন-ইন্টাৰভিউৰ ৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: ৰিচাৰ্চ এছিচটেন্ট
পদৰ সংখ্যা: ০১
দৰমহা: ৩১,০০০/- টকা প্ৰতি মাহ
শিক্ষাগত অৰ্হতা: জীৱ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী/ এম এছ ডাব্লিউ/ বিজ্ঞান শাখাত স্নাতক লগতে ৩ বছৰীয়া কৰ্মৰ অভিজ্ঞতা। কম্পিউটাৰ এপ্লিকেশনত চাৰ্টিফিকেট/ডিপ্লোমা থকাটো প্ৰয়োজন।
ৱাক্-ইন-ইন্টাৰভিউৰ: ০৫/০৩/২০২০, ৰাতিপুৱা ১০বজাত
বয়স: ২১ বছৰৰ পৰা ৩৮ বছৰ লৈকে।(০১/০১/২০২০)
অধিক জানিবৰ বাবে: Click Here
অন্য খবৰৰ বাবে পঢ়ক:কেন্দ্রীয় বিদ্যালয় নিউ বঙ্গাইগাওঁত নিযুক্তি ২০২০
Next Story