Begin typing your search above and press return to search.
ৱ'মেনচ কলেজ, তিনিচুকীয়াত নিযুক্তি ২০২০

ৱ'মেনচ কলেজ, তিনিচুকীয়াত নিযুক্তি ২০২০
ৱ'মেনচ কলেজ, তিনিচুকীয়াত সহকাৰী অধ্যাপকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।
পদৰ নাম: সহকাৰী অধ্যাপক (ইংৰাজী,সংস্কৃত, ৰাজনীতি বিজ্ঞান)
পদৰ সংখ্যা: ০৩
শিক্ষাগত অৰ্হতা: UGCৰ অধীনত NET/SELT/SET উৰ্ত্তীণ লাগিব।
বয়স: ৩৮বছৰ
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহৰ সৈতে ২৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal, Women’s College, Tinsukia (payable at Tinsukia) must reach the Principal ঠিকনাত বিজ্ঞাপন প্ৰকাশৰ ১৫ (০২/০৩/২০২০) দিনৰ ভিতৰত পঠিয়াব লাগিব।
আবেদনৰ শেষ তাৰিখ: ১৬/০৩/২০২০
সৱিশেষ জানিবলৈ: click here
অন্য খবৰৰ বাবে পঢ়ক:গুৱাহাটী বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০
Next Story