Begin typing your search above and press return to search.

ৱ'মেনচ কলেজ, তিনিচুকীয়াত নিযুক্তি ২০২০

ৱমেনচ কলেজ, তিনিচুকীয়াত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 March 2020 9:57 AM GMT

ৱ'মেনচ কলেজ, তিনিচুকীয়াত নিযুক্তি ২০২০

ৱ'মেনচ কলেজ, তিনিচুকীয়াত সহকাৰী অধ্যাপকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক (ইংৰাজী,সংস্কৃত, ৰাজনীতি বিজ্ঞান)

পদৰ সংখ্যা: ০৩

শিক্ষাগত অৰ্হতা: UGCৰ অধীনত NET/SELT/SET উৰ্ত্তীণ লাগিব।

বয়স: ৩৮বছৰ

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহৰ সৈতে ২৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal, Women’s College, Tinsukia (payable at Tinsukia) must reach the Principal ঠিকনাত বিজ্ঞাপন প্ৰকাশৰ ১৫ (০২/০৩/২০২০) দিনৰ ভিতৰত পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১৬/০৩/২০২০

সৱিশেষ জানিবলৈ: click here

অন্য খবৰৰ বাবে পঢ়ক:গুৱাহাটী বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

Next Story