অসমৰ বানাক্ৰান্তক সহায়ৰ আহ্বান জন আব্ৰাহাম-বৰুণ ধৱনৰ

বলিউদৰ দুই তাৰকা অভিনেতা জন আব্ৰাহাম আৰু বৰুণ ধৱনে বানপীড়িতসকলক সহায়ৰ বাবে ছচিয়েল মিডিয়াযোগে আহ্বান জনাইছে।