সহকাৰী অভিযন্তা-কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে এ পি এছ চিৰ আবেদন আহ্বান

অসম লোকসেৱা আয়োগ (এ পি এছ চি)-এ বিভিন্ন শাখাৰ সহকাৰী অভিযন্তা আৰু কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।