সামগ্ৰী যোগানৰ বাবে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ নিবিদা আহ্বান

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়স্থিত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত নিম্নোক্ত সামগ্ৰী যোগানৰ বাবে দুটা নিবিদা ভাগত (কাৰিকৰী আৰু বিত্তীয়) আগ্ৰহী চৰকাৰী সংস্থা/ব্যক্তিগত ফাৰ্ম/উৎপাদনকাৰীৰ পৰা বন্ধ নিবিদা বিচৰা ...