এল ই ডি ফ্লাড লাইট যোগানৰ বাবে ইলেক্ট্ৰিচিটী গ্ৰীড কৰ্পোৰেচনৰ নিবিদা আহ্বান

অসম ইলেক্ট্ৰিচিটী গ্ৰীড কৰ্প'ৰেচন(AEGCL)-ৰ পৰিচালন সঞ্চালকৰ হৈ ইয়াৰ যোৰহাটস্থিত উজনি অসম টি এণ্ড টি চাৰ্কোলৰ উপ-মহা প্ৰৱন্ধকে নিম্নোক্ত কামৰ বাবে তিনিমাহ ম্যাদ থকা বন্ধ নিবিদা বিচাৰিছে ৷ নিবিদাকাৰী...